November 25, 2025 6:17 PM

views 33

গোৱাৰ পানাজিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি

গোৱাৰ পানাজিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৬ সংখ্যক সংস্কৰণত কালি দেহাৱসান ঘটা যশস্বী অভিনেতা, প্রযোজক তথা প্রাক্তন সাংসদ ধর্মেন্দ্ৰৰ প্ৰতি চলচ্চিত্র নির্মাতা, প্রযোজক,অভিনেতাঅভিনেত্রী, কলা-কুশলী আৰু আয়োজকসকলে গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে। প্ৰথিতযশা অভিনেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি এণ্টাৰটেইনমেণ্ট ছ'চাইটি অৱ গোৱা নামৰ আয়োজক সংস্থাটোৱে কালি নিৰ্ধাৰিত মঞ্চ অনুষ্ঠানসমূহ বাতিল কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক ১২ দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পাছত ৮৯ বছৰ...