May 13, 2025 12:23 PM

views 31

ভাৰত আৰু পাকিস্তানৰ মাজত DGMO পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালকপ্রধান অর্থাৎ DGMO পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। দুয়োদেশৰ অঘোষিত সংৰ্ঘষ বিৰতিৰ পাছত প্ৰথমবাৰৰ বাবে কালি দুয়োদেশৰ সামৰিক পৰ্যায়ত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত পাকিস্তানে যুদ্ধ বিৰতি উলংঘা নকৰাৰ প্ৰতিশ্ৰুতি দিছে। কালিৰ এই আলোচনাত ভাৰতৰ DGMO-ক লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু পাকিস্তানৰ DGMO মেজৰ জেনেৰেল কাছিফ আব্দুল্লাই অংশগ্ৰহণ কৰে। অৱশ্যে সংৰ্ঘষ বিৰতি উলংঘা কৰিলে ভাৰতে প্ৰত্যুত্তৰ দিব বুলি এই আলোচনাত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰ...