May 12, 2025 7:14 PM

views 21

ভাৰতীয় সশস্ত্রবাহিনীৰ আগতীয়া প্ৰস্তুতিৰ বাবে পাকিস্তানৰ অপ্ৰৰোচিত আক্রমণ প্রতিহত কৰা সম্ভৱ হৈ উঠিলঃ স্থল সেনাৰ ডি জি এম ও ৰাজীৱ ঘাই

নতুন দিল্লীত সংবাদমেলত স্থল সেনাৰ ডি জি এম ও ৰাজীৱ ঘাইয়ে কয় যে ভাৰতীয় সশস্ত্রবাহিনীৰ আগতীয়া প্ৰস্তুতিৰ বাবে পাকিস্তানৰ অপ্ৰৰোচিত আক্রমণ প্রতিহত কৰা সম্ভৱ হৈ উঠিল। যোৱা ৯ আৰু ১০ মে' ৰ নিশা ভাৰতীয় বিমান ঘাটি আৰু পৰিবহন কেন্দ্ৰলৈ লক্ষ্য কৰি পাকিস্তানৰ বায়ুসেনাই কৰা আক্ৰমণ ভাৰতীয় সেনাবাহিনীৰ প্ৰতিৰক্ষা ব্যৱস্থাই ৰোধ কৰে আৰু দেশখনে ভাৰতৰ বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাক কোনো কাৰণতে আঘাট সনাৰ সুযোগ লাভ নকৰিলে। শ্ৰী ঘাইয়ে সীমান্ত সুৰক্ষা বাহিনীক অভিযান কালত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন ...