February 5, 2025 10:52 AM

views 24

ডিটেনচন শিবিৰত থকা বাংলাদেশী নাগৰিকক দুসপ্তাহৰ ভিতৰত বহিষ্কাৰ কৰিবলৈ অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে ডিটেনচন শিবিৰত থকা বাংলাদেশী নাগৰিকসকলক দুসপ্তাহৰ ভিতৰত বহিষ্কাৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে কালি ৬৩ জন বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰে ন্যায়ালয়ত তথ্য গাপ দিয়াৰ অপচেষ্টা কৰা বুলি সমালোচনা কৰে। লগতে শেহতীয়াকৈ ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাক কালি পুনৰ অযোগ্য আৰু ত্রুটিপূর্ণ বুলি ন্যায়ালয়ে নস্যাৎ কৰে। যোৱা ২২ জানুৱাৰীৰ শুনানিতো ৰাজ্য চৰকাৰে দাখিল কৰা শ...