January 20, 2025 8:57 PM

views 24

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৭১৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা আজি অন্ত পৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে মুঠ ৭১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক ২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে মুঠ এহেজাৰ ৫২২ খন মনোনয়ন পত্ৰৰ ভিতৰত ৪৭৭ খন মনোনয়ন বাতিল হয়।  দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু ৮ ফেব্ৰুৱাৰী...