March 31, 2025 9:23 PM

views 31

দিল্লী এন চি আৰৰ পৰা বৃহৎ মাদক দ্রব্য সৰবৰাহকাৰী চক্ৰ উৎখাত

মাদক দ্রব্য নিয়ন্ত্ৰণ ব্যুৰ' আৰু দিল্লী আৰক্ষীয়ে আজি দিল্লী এন চি আৰৰ পৰা এটা বৃহৎ মাদক দ্রব্য সৰবৰাহী চক্ৰ উৎখাত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। জানিব পৰা মতে মাদক দ্রব্য নিয়ন্ত্ৰণ ব্যুৰ' আৰু দিল্লী আৰক্ষীয়ে এই চক্ৰটোৰ পৰা এম ডি এম এ, কোকেইনকে ধৰি ২৭ কোটিতকৈও অধিক মূল্যৰ মাদক দ্রব্য উদ্ধাৰ কৰে। দলটোৱে ৪ জন লোককো গ্ৰেপ্তাৰ কৰিছে। শ্ৰী শ্বাহে এই সফলতাৰ বাবে এন চি বি আৰু দিল্লী আৰক্ষীক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, যে নৰেন্দ্ৰ মোদ...