July 7, 2024 6:30 PM

views 31

নতুন দিল্লীত দিল্লী বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনৰ উদ্বোধনী অধিবেশনত দিয়া ভাষণত দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সচদেৱাই কয় যে, ভাৰতৰ ৰাজধানীত লোকসভাৰ ৭ খন আসন লাভ কৰাৰ বাবে বিজেপি দলক ৰাইজে যি আশীৰ্বাদ দিছে সেয়া অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি সঁহাৰি। তেওঁ লগতে কয় যে, দিল্লীত নিৰ্বাচনৰ সময়ত দুটা ব্যর্থ দলৰ মিত্ৰতা আছিল য'ত তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে একেলগে যুঁজিছিল আৰু সেয়েহে তেওঁলোকৰ পৰাজয় নিশ্চিত আছিল৷ ৰাইজে এই কথা প্ৰ...