September 21, 2025 8:50 PM

views 50

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্রী আব্দেলতিফ লৌদিয়িৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ দেশখনলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ ভ্ৰমণ হিচাপে বিবেচিত শ্রীসিঙৰ এই ভ্রমণসূচীয়ে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ সূচনা কৰা বুলি প্ৰকাশ পাইছে। এটা সামাজিক বার্তাত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীলৌদিয়িৰ সৈতে তেওঁৰ আলোচনাই উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা, কৌশলগত আৰু ঔদ্যোগিক দিশৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধ...