May 27, 2024 6:30 PM

views 41

সমগ্ৰ দেশতে প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সামাজিক মাধ্যমযোগে প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, দলৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও আজি জৱাহৰলাল নেহৰুৰ ৬০ সংখ্যক মৃত্যু বার্ষিকীত দিল্লীৰ শান্তিবনত তেওঁৰ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীখার্গেই কয় যে জৱাহৰলাল নেহৰুৰ অতুলনীয় অৱদান অবিহনে ভাৰতৰ ইতিহাস অসম্পূর্ণ। তেওঁ লগতে কয় যে গণতন্ত্ৰৰ...