February 23, 2025 7:00 PM

views 54

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠান

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আজি গিল্ডৰ ৰংগশালাত অপু ভৰদ্বাজ ৰচিত মূল গল্প যা, গৈ আছোৰ আধাৰত ৰচিত এখন নাট মঞ্চস্থ কৰা হ'ব। লগতে কবি, সাহিত্যিক জীৱনানন্দ দাসৰ ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কবিগৰাকীৰ অপূৰ্ব সৃষ্টি বনলতা সেন নামৰ কবিতাটোৰ আবৃত্তি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বিশিষ্ট নাট্যকাৰ, পৰিচালক ডাঃ ধ্ৰুৱজ্যোতি চহৰীয়াই এই কবিতাটি আবৃত্তি কৰিব। একেদৰে বনলতা সেন সন্দৰ্ভত মৌচুমী বংশবনিকে আলোকপাত কৰ...