April 28, 2025 12:33 PM

views 92

ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি আয়োজন

মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একাগ্র ভক্তিবাদ বৈদিক তত্ব সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনাৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ আদিত হোম-যজ্ঞ, নাম- প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ দীক্ষাস্থলী হাজো, বৰপেটাৰ পাটবাউসী, মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে বিভিন্ন সত্ৰত তিথি পালন কৰা হৈছে। মহাপুৰুষজনাৰ আদি সত্র হিচাপে খ্যাত পাটবাউ...

May 8, 2024 11:53 AM

views 64

আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। বৈষ্ণৱ ধৰ্ম তথা সত্ৰ সংস্কৃতিৰ অন্যতম প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত এই তিথি পালন কৰিবলৈ লোৱা হৈছে। মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত ৭ দিনীয়াকৈ কীর্তন মহোৎসৱ পালন কৰা হৈছে।