February 1, 2025 12:17 PM

views 20

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ১৫ ৰানত জয় ভাৰতৰ

পুণেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক ১৫ ৰানত পৰাস্ত কৰে। ভাৰত সম্প্ৰতি শৃংখলাত ৩-১ ব্যৱধানত আগবাঢ়ি আছে। ইংলেণ্ডে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবি বিষ্ণয় আৰু হৰ্ষিত ৰাণাই তিনিটাকৈ উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীয়ে একেটা অভাৰতে হেৰী ব্রুক আৰু ব্ৰাইড'ন কাৰ্চেৰ গুৰুত্বপূৰ্ণ উইকেট দুটা দখল কৰি ইংলেণ্ডৰ বেটিং লাইন বিধ্বস্ত কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ ...