August 23, 2025 6:40 PM

views 66

মায়ঙৰ ভকতগাঁৱত জাগীৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মায়ঙৰ ভকতগাঁৱত জাগীৰোড সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই প্রশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ উপৰি জনসাধাৰণে কম সময়ৰ ভিতৰত উপযুক্ত সেৱা লাভ কৰাটো নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। ড০ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্রকল্পস্থলীত ১৪২ কোটি টকা ব্যয়সাপেক্ষে কৰ্মজীৱী মহিলাৰ এটা আৱাসৰ আধাৰশিলা স্থাপন কৰে। ৮৩০ খন বিছনাযুক্ত ১০ মহলীয়া এই আৱাসগৃহত আধুনিক আন্তঃগাঁথনি, পৰিৱেশ অনুকুল ব্যৱস্থা তথা চাইকেল চলোৱাৰ বাবে উপযুক্ত ব্যৱস্থা ...