February 21, 2025 11:11 AM

views 31

কংগ্ৰেছে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে ষড়যন্ত্ৰ, বিদেশী ধন ব্যৱহাৰৰ অভিযোগ বিজেপিৰ

কংগ্ৰেছে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা আৰু বিদেশী ধন ব্যৱহাৰ কৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা ৰবীশংকৰ প্ৰসাদে এই বুলি দাবী কৰে যে, ভাৰতলৈ ইউ এছ এইড পুঁজি যোগান সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে অলপতে কৰা মন্তব্যৰ পৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয় সম্পৰ্কে কৰা দাবী শুদ্ধ বুলি প্ৰমাণিত কৰিছে। শ্ৰীপ্ৰসাদে লগতে কং...