December 20, 2024 8:38 PM

views 25

প্ৰতিবাদৰ সময়ত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো নেতা-কৰ্মীক আৰক্ষীৰ আটক

গুৱাহাটী মহানগৰীত কংগ্ৰেছ দলে ৰূপায়ণ কৰা এটা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত আজি দলৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰে। প্ৰয়াত কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ প্রতিকৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন আৰু তেওঁৰ মৃত্যু ন্যায়িক তদন্ত বিচাৰি কংগ্ৰেছ কৰ্মীসকলে মহানগৰীৰ হাতীগাঁও চাৰিআলিত সমবেত হৈ দিছপুৰৰ জনতাভৱনলৈ অগ্ৰসৰ হোৱাৰ চেষ্টা কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্রতিহত কৰে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দলটোৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা, বিধায়ক দিগন্ত বৰ্মন আৰু জাকিৰ হুছেইন ছিকদাৰ, য...

April 30, 2024 11:17 AM

views 59

গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভিযোগত কংগ্ৰেছৰ সদস্য গ্ৰেপ্তাৰ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা ভুৱা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে বিতর্কিত মন্তব্য কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে কালি কংগ্ৰেছৰ সদস্য ৰীতম সিঙক গ্রেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। অসম আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ‘ৱাৰ ৰূম’ৰ অন্যতম সমন্বয়ক ৰীতম সিঙক পাণবজাৰ থানাত ৰুজু হোৱা কেইবাটাও গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ পৰা দুটা ম'বাইল ফোন আৰু এটা লেপটপ আৰক্ষীয়ে জব্দ কৰিছে। ...