January 16, 2025 8:41 PM

views 50

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্রকাশ

বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্রকাশ কৰিছে। দলে দিল্লী কেণ্টনমেণ্ট আসনৰ পৰা ভুৱন টানৱাৰক প্ৰাৰ্থিত্ব দিছে। অনিল ৱশিষ্ঠক বাবৰপুৰ আসনৰ পৰা আৰু শিখা ৰায়ক গ্ৰেটাৰ কৈলাশ আসনৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। কংগ্ৰেছ দলেও আজি ইয়াৰ ৪ৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৰ উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে বাৱানা আসনত সুৰেন্দ্ৰৰ কুমাৰ, কৰোলবাগ আসনত ৰাহুল ধানাক আৰু ৰোহিনীৰ আসনত সুমেশ গুপ্তা। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত ভোট গ্রহণ...