July 19, 2025 10:19 PM

views 37

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ আয়ুক্ত ড০ এম এছ লক্ষ্মীপ্রিয়াৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়া আৰু পৌৰ আয়ুক্ত ড০ এম এছ লক্ষ্মীপ্রিয়াই আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে আৰু স্বচ্ছ সর্বেক্ষণ ২০২৪ জৰীপৰ অধীনত গুৱাহাটী চহৰে লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁলোকক এই সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে গুৱাহাটী চহৰৰ স্বচ্ছতা আৰু অনাময় ব্যৱস্থাক সুপৰিকল্পিতভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অবিৰত প্ৰচেষ্টাৰ...