January 28, 2025 6:39 PM

views 41

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বিভিন্ন বিষয়ত প্ৰদান কৰিবলগীয়া এই জলপানিৰ উদ্দেশ্য হৈছে ভাৰতীয় প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহত গুণগত শিক্ষাৰ প্ৰসাৰ কৰা। এই জলপানিয়ে শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ শিক্ষাৰ ব্যয়, মাহেকীয়া ভৰনপোষণৰ ভাট্টা আৰু কিতাপ তথা অন্যান্য সামগ্ৰীৰ বাবে বার্ষিক অনুদান প্ৰদান কৰিব। তদুপৰি ভাৰতলৈ বিমান যাত্ৰাৰ ভাৰা, শৈক্ষিক ভ্ৰমণৰ অনুদান আৰু হোষ্টেলৰ সুবিধাও এ...