November 4, 2024 12:45 PM

views 75

কলম্বিয়াত অনুষ্ঠিত জৈৱ বিচিত্ৰতা সন্দৰ্ভত আয়োজিত ষোড়শ বৈঠকৰ সামৰণি

জৈৱ বিচিত্ৰতা সুৰক্ষাৰ ক্ষেত্ৰত আফ্ৰিকীয় মূলৰ সম্প্ৰদায়সমূহৰ অত্যাৱশ্যকীয় ভূমিকাৰ উল্লেখযোগ্য স্বীকৃতিৰ সৈতে কলম্বিয়াৰ কলিত জৈৱ বিচিত্ৰতা সন্দৰ্ভত আয়োজিত সন্মিলন চি অ' পি 16 ৰ গোটসমূহৰ অধিবেশনৰ ষোড়শ বৈঠকৰ অন্ত পৰে। চি অ' পি 16-ৰ অধ্যক্ষ সুশানা মহম্মদ আৰু কলম্বিয়াৰ বিদেশ মন্ত্রী লুইছ গিলৱাৰ্টো মুৰিলোৱে এই সিদ্ধান্তৰ প্ৰশংসা কৰে। প্ৰকৃতিৰ সৈতে শান্তি বিষয়বস্তুৰ সৈতে চি অ' পি 16 ৰ জৰিয়তে ডিজিটেল জিনিয় অনুক্ৰমৰ পৰা প্ৰাপ্ত সম্পদসমূহৰ বাবে গোলকীয় পুঁজিৰ সৃষ্টি আৰু আন্তৰাষ্ট্ৰীয় জলক্ষেত্ৰৰ...