May 30, 2025 11:43 AM

views 55

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীৰ পৰা আৱেদন আহ্বান

অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ অসমে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীসকলৰ পৰা আৱেদন বিচাৰিছে। এই আঁচনিৰ অধীনত ২০২৫ বৰ্ষত দশম শ্রেণীত উত্তীর্ণ সৰ্বাধিক ৪০গৰাকী শিক্ষাৰ্থীক নির্বাচন কৰি তেওঁলোকৰ আগ্ৰহৰ ক্ষেত্ৰ অনুসৰি সৰু সৰু গোটত ভাগ কৰি দেশৰ আগশাৰীৰ প্রযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ এসপ্তাহৰ ফেলোশ্বিপ কেম্পলৈ প্ৰেৰণ কৰা হ'ব। লগতে প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শদাতাসকলৰ দ্বাৰা শিক্ষার্থীসকলক প্রয়োজন অনুসৰি অনলাইন পৰামৰ্শ প্ৰদান ...