June 23, 2026 9:10 PM

views 14

অসম মন্ত্ৰীসভাৰ বৈঠকত হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। হোমষ্টেসমূহে তিনি বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা ৬ৰ পৰা ৮লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা প'ৰ্টেলত এই পঞ্জীকৰণ নৱীকৰণ কৰিব লাগিব। তদুপৰি, ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। অসম চাহ নিগমৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে ৯ কোটি ৭৫ লাখ ...