May 31, 2025 12:15 PM

views 58

ৰাজ্যত বিদেশি বুলি ঘোষিত কোনো লোককে থকাৰ অনুমতি দিয়া নহ’ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ’বঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

ৰাজ্যত বিদেশি বুলি ঘোষিত কোনো লোককে থকাৰ অনুমতি দিয়া নহ'ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। কালি দিছপুৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিদেশী বুলি ঘোষিত প্রায় ৩০ হাজাৰ লোক নিৰুদ্দেশ হৈ আছে আৰু এই লোকসকলক বিচাৰি বিতাড়ণ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। তেওঁ কয়, যে বিদেশী বুলি ঘোষিতসকলৰ ভিতৰত যিসকলে নাগৰিকত্ব সন্দৰ্ভত ন্যায়ালয়ত আপীল কৰিছে তেওঁলোকক চৰকাৰে আটক নকৰে, কিন্তু এনে নকৰাসকলক বিতাড়ন কৰা হৈছে। উচ্চতম ন্যায়ালয়ে বিদেশী বুলি ঘো...