October 30, 2026 12:01 PM
10
চলিত বৰ্ষৰ ভিতৰতে মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্রহণ
চলিত বৰ্ষৰ ভিতৰতে মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। স্বায়ত্ত পৰিষদখনক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত মৰাণ জনগোষ্ঠীয় ক্রীড়া মহোৎসৱৰ কালি সন্ধিয়া অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। আনহাতে, মৰাণ জনগোষ্ঠীয় ক্রীড়া মহোৎসৱে মৰাণ জনগোষ্ঠীৰ সমৃদ্ধ ইতিহাস, ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণৰ লগতে জনগোষ্ঠীটোৰ মাজত থকা ক্রীড়া প্রতিভাসমূহ বিক...