July 28, 2026 7:53 PM
5
বান পৰিস্থিতি সন্দৰ্ভত মন্ত্রী, বিধায়ক, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি বান পৰিস্থিতি সন্দৰ্ভত মন্ত্রী, বিধায়ক, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জিলা আয়ুক্তসকলৰ সৈতে গুৰুতত্বপূর্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।