July 2, 2026 11:20 AM

views 14

নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ‍ ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ‍ কৰে। সাক্ষাতৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্রক অধিক ফলপ্রসূ আৰু আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ দৃষ্টিভংগী আৰু নেতৃত্ব সচাকৈ প্ৰশংসনীয়। বিশেষকৈ সংসদীয় কাৰ্যক্ৰমণিকাৰ ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ পৰা অসম বিধানসভাও যথেষ্ট উপকৃত হৈছে। ড° শৰ্মাই গণতান্ত্রিক ব্যৱস্থা অধিক স্বচ্ছ, গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত শ্ৰীবিৰলাৰ প্ৰচেষ্টা সচাকৈ প্ৰেৰণাদ...