April 18, 2025 10:48 AM

views 51

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ দুদিনীয়া কাৰ্বি আংলং জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কাৰ্বি আংলং জিলাৰ ডিফুত ১০০ কোটি টকা ব্যয়সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্রকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন প্রকল্প, প্ৰতিমূৰ্তি, তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্রকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুত প্ৰথমগৰাকী কাৰ্বি ৰজা আৰু ৰাণী ৰেংবংহমৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলাখনলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই লৰেন্যু ৰেঙমা গাঁও সমিতিৰ সভাপতি আৰু গাঁও প্ৰধানক সাক্ষাৎ কৰি ৰেঙমা সম্প্ৰদায়ৰ উন্নয়ন আৰু সৰ্বাং...