April 24, 2025 12:11 PM

views 31

পহলগামৰ পৰা শিলচৰৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যক পৰিয়ালসহ ৰাজ্যলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

জম্মু-কাশ্মীৰৰ পহলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত কথমপি প্ৰাণৰক্ষা পৰা শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যক পৰিয়াল সহিতে নিৰাপদে ৰাজ্যলৈ ওভতাই অনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদীৰ এই অমানুষিক আক্ৰমণৰ ঘটনাক ভাৰতে কেতিয়াও সহ্য নকৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। উল্লেখযোগ্য যে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকী পত্নী-পুত্ৰৰ সৈতে বেইচ্‌ৰন উপত্যকা ভ...