February 5, 2025 10:55 AM

views 29

বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ ৰে’লপথৰ সম্প্ৰসাৰণ হৈছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ ৰে'লপথৰ সম্প্ৰসাৰণ হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এই সম্প্রসাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চলক অগ্রাধিকাৰ দিয়াৰ নীতিকে প্রতিফলিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইবাৰৰ বাজেটত অঞ্চলটোৰ ৰে'ল আন্তঃগাঁথনিৰ বাবে ১০ হাজাৰ ৪৪০ কোটি টকা আবণ্টন দিয়াৰ লগতে ৭৪ হাজাৰ ৯৭২ কোটি টকাৰ অসমত নতুন ৰে'ল প্ৰকল্পও স্থাপন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'...