January 19, 2025 1:26 PM

views 32

দেশৰ বিভিন্ন বিনিয়োগকাৰীক এডভাণ্টেজ আছামলৈ আমন্ত্ৰণৰ বাবে টকিঅ’ত অনুষ্ঠিত অসম সপ্তাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভাণ্টেজ আছামৰ লগত সংগতি ৰাখি বিনিয়োগকাৰীক ৰাজ্যলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে টকিঅ'ত ভাৰতীয় দূতাবাসৰ উদ্যোগত চলি থকা অসম সপ্তাহত আজি অংশগ্রহণ কৰিব। এই উদ্দেশ্যে মুখমন্ত্ৰীগৰাকীয়ে এটা প্রতিনিধি দল লৈ কালি মাজনিশা জাপান অভিমুখে ৰাওনা হয়। টকিঅ'ত তেওঁ দেশখনৰ বিভিন্ন খণ্ডৰ বিনিয়োগকাৰীক সাক্ষাৎ কৰি ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামত অংশগ্ৰহণৰ বাবে আমন্ত্রণ জনাব। ড০ শৰ্মাই টকিঅ'ত এটা ৰোড শ্ব’তো অংশগ্রহণ কৰিব। অসম সপ্তাহৰ জৰিয়তে অসমত বিনিয়োগৰ...