December 31, 2025 12:20 PM

views 32

বজালীত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় পর্যায়ক্রমে নিৰ্মাণ কৰা হ’বঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

বজালীত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় পর্যায়ক্রমে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। বানত ক্ষতিগ্ৰস্ত মেধিকুছি অঞ্চলত কালি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। বানে খহাই নিয়া মেধিকুছি অঞ্চলটো চৰকাৰে পুনৰ সুন্দৰ ৰূপত গঢ়ি তোলাৰ লগতে উচিত ক্ষতিপূৰণ দিছে বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। বিজেপি মিত্ৰজোঁট চৰকাৰে ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কাম কৰি আছে আৰু অনাগত দিনতো কাম কৰি ...