June 7, 2026 11:13 AM

views 19

অসমক দেশৰ ৫ খন শীর্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দর্ভত ১০০ গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও ১০০ গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্য লৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। এই প্রচেষ্টা, সংস্কাৰ আৰু ইতিবাচক...