July 27, 2026 10:49 AM

views 23

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ লোকনির্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকনির্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীয়ে বিষয়াসকলৰ পৰা ধুবুৰীৰ প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়, কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন প্রেক্ষাগৃহ নির্মাণ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন প্রেক্ষাগৃহ, লোকসেৱা ভবন চৌহদৰ যান-জট মুক্তকৰণ আৰু উন্নীতকৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে মুম্বাই আৰু দ্বাৰকাত নতুন অসম ভৱন নিৰ্মাণ প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্রীয়ে ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ৰ...