September 6, 2026 7:43 PM

views 24

অনাগত ৩ বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপি ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত ডিগ্ৰী আৰু ডিপ্লোমা লাভ কৰা ছাত্র-ছাত্রীসকলক শপত বাক্য পাঠ কৰোৱায়। নিজৰ ভাষণত মুখ্যমন্ত্রীয়ে উপ-ৰাষ্টপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণণৰ এয়া প্ৰথম অসম ভ্রমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্রতি এই সংখ্যা ১৪লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ৯খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ ...