April 21, 2024 5:34 PM

views 80

অসামৰিক সেৱা দিৱস উপলক্ষে দেশৰ সকলো অসামৰিক সেৱাৰ বিষয়াক ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অসামৰিক সেৱা দিৱস উপলক্ষে দেশৰ সকলো অসামৰিক সেৱাৰ বিষয়াক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে অদম্য মনোভাৱেৰে দেশৰ প্ৰগতিত অসামৰিক সেৱাৰ বিষয়াসকলে কাম কৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে ১৯৪৭ চনত চৰ্দাৰ বল্লভ ভাই পেটেলে উল্লেখ কৰা ৩ টা বুনিয়াদী প্রমূল্যবোধ, মর্যাদা, অখণ্ডতা, অদুর্নীতিগ্রস্ততা অক্ষুন্ন ৰখাৰ বাবে গতিশীলতা ৰক্ষাৰ বাটত ক্ষীপ্ৰতাৰে কাম কৰাৰ ক্ষেত্ৰত অসামৰিক সেৱাই সদায় প্ৰত্যাহ্বানৰ সন্মু...