December 7, 2025 8:35 PM

views 52

দিল্লী বিমান বন্দৰ কর্তৃপক্ষই যাত্রীসকলক বিমান বন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে বিমানৰ শেহতীয়া স্থিতি সম্পর্কে জানি ল’বলৈ পৰামৰ্শ দিছে

শেহতীয়াকৈ ইণ্ডিগো বিমানসমূহ উৰণত বিলম্ব তথা বাতিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত দিল্লী বিমান বন্দৰ কর্তৃপক্ষই যাত্রীসকলক বিমান বন্দৰলৈ ৰাওনা হোৱাৰ পূৰ্বে বিমানৰ শেহতীয়া স্থিতি সম্পর্কে জানি ল'বলৈ পৰামৰ্শ দিছে। এই সন্দর্ভত প্রকাশিত এটা নির্দেশনাৰ জৰিয়তে দিল্লী বিমান বন্দৰ কর্তৃপক্ষই কয়, যে এই বিলম্ব তথা উৰণ বাতিল হোৱাৰ সমস্যা সমাধান কৰি যাত্ৰীসকলৰ যাতায়তৰ সূচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সকলো পক্ষৰ সৈতে আলোচনা অব্যাহত আছে। কর্তৃপক্ষই বিমান বন্দৰৰ কৰ্মচাৰীসকল যাত্ৰীসকলৰ সহায়ৰ বাবে সদা প্রস্তুত হৈ থকা বুলিও...

November 30, 2025 11:45 AM

views 72

দেশৰ মুঠ ৩৩৮ খন বিমানৰ ভিতৰত ২৭০ খনৰ ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে জনাইছে যে দেশৰ মুঠ ৩৩৮ খন বিমানৰ ভিতৰত ২৭০ খনৰ ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰে ভিতৰত ইণ্ডিগ', এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান আছে। বাকী ৬৮ খন বিমানৰো ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি সঞ্চালকালয়ে জানিবলৈ দিছে। সঞ্চালকালয়ৰ দ্বাৰা বাধ্যতামূলক সালসলনি সম্পূৰ্ণ নোহোৱালৈকে এয়াৰবাছ এ থ্ৰী টুৱেণ্টি শ্ৰেণীৰ বিমানৰ উৰণ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পাছত ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ ক...

May 27, 2025 11:34 AM

views 97

উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কেন্দ্ৰৰ

■ উত্তৰ-পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কালি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কালি নতুন দিল্লীত বিষয়টো সন্দৰ্ভত আলোচনা কৰী শ্রী নাইডুৱে যোৰহাট-ডিব্ৰুগড় আৰু শিলচৰক আন কেইবাখনো চহৰৰ সৈতে সংযুক্ত কৰাৰ কথা প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিমান যোগাযোগ আৰু অসমৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই...

March 3, 2025 11:49 AM

views 57

বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিব : মন্ত্রী কে ৰামমোহন নাইডু

জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিব বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কালি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালি হায়দাবাদত সংবাদ মাধ্যমৰ আগত কয়, যে বৈপ্লৱিক উড়ান আঁচনিৰ জৰিয়তে দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰসমূহত বিমান বন্দৰ নিৰ্মাণ কৰা হৈছে। তেওঁ কয়, যে মন্ত্রালয়ে তেলেংগানাৰ কাঠগুদাম জিলাত আন এটা বিমানবন্দৰ বিকশাই তোলা হৈছে। পর্যটন, শিক্ষা, উৎপাদন খণ্ডৰ লেখিয়াকৈ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়েও দ...