July 30, 2024 8:30 PM

views 21

চিৰাং জিলাৰ বাসুগাঁও গয়বাৰী শ্বহীদ উদ্যানত সন্ত্রাসবাদ বিৰোধী দিৱস উদযাপন

চিৰাং জিলাৰ বাসুগাঁও গয়বাৰী শ্বহীদ উদ্যানত আজি এবছুৰ উদ্যোগত ২৮ সংখ্যক সন্ত্রাসবাদ বিৰোধী দিৱস উদযাপন কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ প্ৰাক্তন সভাপতি প্রয়াত চৌমলা বসুমতাৰীৰ মৃত্যু তিথিত পালন কৰা এই দিৱসৰ কাৰ্যসূচীত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, এবছুৰ বিষববীয়াসকলৰ লগতে প্রয়াত বসুমতাৰীৰ সহধর্মিণী ভানুমতী বসুমতাৰী উপস্থিত থাকে। এই অনুষ্ঠানত প্ৰয়াত চৌমলা বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।