September 12, 2024 7:59 PM

views 29

চৰাইদেউ জিলা ১০০ দিনীয়া সজাগতা অভিযান অব্যাহত

চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনৰ সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত ৪ অক্টোবৰ পৰ্যন্ত ১০০ দিনীয়া সজাগতা অভিযান অব্যাহত আছে। ২১ জুনৰ পৰা চলি থকা এই অভিযানৰ সৈতে সংগতি ৰাখি আজি জিলাখনৰ ডবা তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত সামর্থ্য বিকাশ কাৰ্যসূচীৰ পদক্ষেপ হিচাপে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা শীৰ্ষক কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলা স্বাস্থ্য বিভাগৰ নিৰীক্ষণ কৰ্মী পূর্ণিমা গগৈয়ে ঋতুস্ৰাৱৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পর্কে বক্তব্য আগবঢ়ায়।...