August 1, 2026 1:02 PM
4
ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পর্যায় আৰম্ভ
ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পর্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা ১৬ আগষ্টলৈ স্ব-গণনা আৰম্ভ হ'ব। জনসাধাৰণে se.census.gov.in পার্টেলত গৈ নিজৰ মাবাইল নম্বৰ ব্যৱহাৰ কৰি অ টি পিৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাচনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্রয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগ...