September 18, 2026 12:22 PM

views 10

বান ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ

বান ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকা প্রস্তুতৰ সময়সীমা প্রায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়নে বৃহস্পতিবাৰে ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্রস্তুত আৰু গৃহ পিয়লৰ সময়সীমা ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে ১৫ ছেপ্তেম্বৰ অন্তিম সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পর্কীয় প্রশিক্ষণ আৰু অন্য প্রস্তুতিমূলক কাম কাজ...