August 14, 2024 12:09 PM

views 19

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠত ৱিনেশ ফোগটৰ আবেদনৰ ৰায়দান পুনৰ স্থগিত

ক্রীড়া ছালিচি আদালতৰ অস্থায়ী খণ্ড বিচাৰপীঠে পেৰিছ অলিম্পিকৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ মল্লযুদ্ধৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে ৱিনেশ ফোগটে জনোৱা আবেদনৰ ৰায়দান পুনৰ স্থগিত ৰাখিছে। সেই অনুসাৰে বিচাৰপীঠখনে ১৬ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত এই সন্দৰ্ভত ৰায়দান কৰিব। ক্রীড়া ছালিচি ন্যায়ালয়ে পূৰ্বৰ সূচী অনুসৰি যোৱা নিশা ৰায়দান কৰাৰ কথা আছিল। উল্লেখযোগ্য যে ফাইনেলৰ দিনা পুৱা ৱিনেশ ফোগটৰ ওজন নিৰ্ধাৰিত সীমাতকৈ ১০০ গ্রাম অধিক পোৱা গৈছিল আৰু ইয়াৰ বাবে ভাৰতীয় মল্লযোদ্ধাগৰ...