September 30, 2026 9:13 PM

views 6

জৰায়ু মুখৰ কৰ্কট ৰোগৰ এইচ পি ভি প্রতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জৰায়ু মুখৰ কৰ্কট ৰোগৰ এইচ পি ভি প্রতিষেধক প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। ৰাজ্যত এতিয়ালৈকে ৩ লাখতকৈও অধিক কিশোৰীক এই প্রতিষেধক প্ৰদান কৰা হৈছে আৰু নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় ৯৩ শতাংশ সামৰি লোৱা হৈছে। ৰাজ্যৰ মুঠ ৩ লাখ ২৭ হাজাৰ কিশোৰীক এইচ পি ভি প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এইচ পি ভি প্রতিষেধক প্রদান অভিযান আৰু নিয়মীয়া টীকাকৰণ সন্দৰ্ভত কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ দুদিনীয়া পৰ্যালোচনা আৰু প্ৰশিক্ষণ সভাত স্বাস্থ্য বিভাগ...

November 7, 2024 7:34 PM

views 54

কৰ্কট ৰোগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন আৰু ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন

কৰ্কট ৰোগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন আৰু ব্যাপক সজাগতা সৃষ্টিৰ বাবে আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন কৰা হৈছে। এই দিৱস ২০১৪ চনৰ ৭ নৱেম্বৰৰ পৰা প্ৰতি বছৰে পালন কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে এই ৰোগৰ প্ৰতিৰোধ, আৰম্ভণিতেই ৰোগ চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি অহা হৈছে। কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি অহা ৰেডিয়াম আৰু প’ল’নিয়ামৰ আৱিষ্কাৰক তথা প’লেণ্ড-ফ্ৰান্সৰ ৰসায়নবিদ মেৰী কুৰীৰ জন্ম দিৱসো আজিৰ দিনটোতেই উদযাপন কৰি অহা ...