November 9, 2026 1:17 PM

views 7

কৰ্কট ৰোগৰ চিকিৎসাত ব্যবহৃত ১৩৭ বিধ ঔষধৰ সংশোধিত মূল্য আজিৰে পৰা দেশজুৰি প্ৰযোজ্য

কৰ্কট ৰোগৰ চিকিৎসাত ব্যবহৃত ১৩৭ বিধ ঔষধৰ সংশোধিত মূল্য আজিৰে পৰা দেশজুৰি প্ৰযোজ্য হৈছে। ৰাষ্ট্ৰীয় ঔষধ মূল্য নির্ধাৰণ প্ৰাধিকৰণ, NPPA-ই ইতিমধ্যে এই ঔষধসমূহৰ সৰ্বাধিক খুচুৰা মূল্যত থকা লাভৰ সীমা নির্ধাৰণ কৰি দিছিল। উল্লেখযোগ্য যে স্বাস্থ্য সেৱা মহানিৰ্দেশালয়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। এতিয়ালৈ ৭৬টা ঔষধ কোম্পানীয়ে কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ এহেজাৰ ২২৫ বিধত সংশোধিত খুচুৰা মূল্য ঘোষণা কৰিছিল। ইয়াৰে ৩১ বিধৰ মূল্য হ্রাস কৰা হৈছে। ৬০০ বিধতকৈ অধিক ঔষধৰ দাম ৫০ শতাংশতকৈ অধিক ...