June 29, 2026 12:21 PM

views 8

ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্রিকাক ১-০ গ’লত পৰাস্ত কানাডাৰ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্রিকাক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱেই খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ ২ মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শেনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা ৪ জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।  প্ৰতিযোগিতাত আজি নিশা চাৰে ১০ বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য...