June 15, 2025 11:53 AM

views 33

প্রধানমন্ত্রী নৰেন্দ্র মোদী পাঁচ দিনীয়া ভ্রমণসূচীৰে চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়ালৈ ৰাওনা

প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি চাইপ্ৰাছ, কানাডা আৰু ক্ৰৱেছিয়াৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হ'ব। যাত্ৰাৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ ক্রিষ্টোডনিডেজৰ নিমন্ত্রণ মর্মে আজি দেশখনৰ ৰাজধানী নিকোছিয়াত উপস্থিত হ'ব। এয়া হ'ব দুটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম চাইপ্ৰাছ ভ্রমণ। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ক্ৰিষ্টোডনিডেজৰ সৈতে আলোচনাত মিলিত হ'ব আৰু নিমাছোনত আগশাৰীৰ ব্যৱসায়ীক উদ্দেশ্যি ভাষণ দিব। এই যাত্রাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰি তুলিব আৰু মধ্য...