September 20, 2024 1:30 PM

views 54

হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, জে পি নাড্ডাৰ নিৰ্বাচনী সভা

হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ৰোহটকত অনুষ্ঠিত দলীয় কর্মী সন্মিলনক সম্বোধন কৰে। শ্ৰীনাড্ডাই কয় যে বিজেপিৰ শাসনকালত হাৰিয়ানাই যোগ্যতাৰ ভিত্তিত চাকৰি প্ৰদান কৰা ৰাজ্য হিচাপে এক ভাবমূর্তি গঢ়ি তুলিছে। ৰাজ্যখন কেলেংকাৰীমুক্ত আৰু উন্নয়নমুখী হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে। হাৰিয়ানা বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি শ্ৰীনাড্ডাই ভাষণত বিগত দহ বছৰত...