June 26, 2025 9:44 PM

views 24

দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ নীতিন গাডকাৰীৰ

পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ কৰাৰ বিষয় সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী গাডকাৰীয়ে কয়, এনে ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। মন্ত্ৰীগৰাকীয়ে কয়, যে দুচকীয়া বাহনক টোল টেক্সৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ব্যৱস্থা অব্যাহত থাকিব। তেওঁ কয়, কিছুমান সংবাদ প্রতিষ্ঠান এই সন্দৰ্ভত অসত্য বাতৰি প্ৰচাৰ কৰিছে। শ্রী গাডকাৰীয়ে এন ধৰণৰ কাৰ্যক গৰহণা দিয়াৰ লগতে সত্য নিৰূপন নকৰাকৈ বাতৰি পৰ...