June 20, 2024 12:16 PM

views 41

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে নিৰন্তৰ পদক্ষেপ লৈ আহিছে। চৰকাৰ সমগ্ৰ দেশত যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে বদ্ধপৰিকৰ বুলি শ্রীমোডীয়ে মন্তব্য কৰে। তেওঁ কয় যে বাৰানসী বিমান বন্দৰৰ উন্নয়নে জনসাধাৰণৰ জীৱন সূচল কৰি তুলিব আৰু কাশী ভ্ৰমণ কৰিব বিচৰা তীর্থযাত্ৰীসকলৰ সুবিধা হ'ব। প্রধানমন্ত্রীয়ে লগতে কয় যে গুজৰাট আৰু তামিলনাডুৰ সমুদ্ৰ তীৰৰ সমীপত পৱন কেন্দ্ৰ স্থাপনৰ...