August 6, 2026 8:10 PM

views 13

বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্রীয় কেবিনেটৰ ৰাজ্যৰ বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰা এই কমিটীয়ে প্রায় ৮ হাজাৰ ৯৭০ কোটি টকা ব্যয়সাপেক্ষে প্রকল্পটো সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰিছে। এই প্রকল্পটোরে প্রায় ৫৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাঁচটা গুৰুত্বপূৰ্ণ বাইপাছ নিৰ্মাণৰ সিদ্ধান্তকো সামৰি লৈছে। এই বাইপাছসমূহৰ জৰিয়তে ঘন বসতিপূর্ণ বাইহাটা চাৰিআলি, চিপাঝাৰ, খাৰ...