May 16, 2025 8:06 PM

views 44

ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগৰ ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰত বুদ্ধ পূর্ণিমা পালন

বাংলাদেশৰ ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগৰ ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰত কালি বুদ্ধ পূর্ণিমা পালন কৰা হয়। ভগৱান বুদ্ধই নির্বান লাভ কৰা তথা তেওঁৰ জয়ন্তী উপলক্ষে পালন কৰা বুদ্ধ পূর্ণিমা অতি পৱিত্ৰ দিন। এই উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াত ভগৱান বুদ্ধৰ জীৱন দৰ্শনেৰে সমৃদ্ধ এখন নৃত্যনাটিকা প্ৰদৰ্শনৰ লগতে ভাৰত নাট্যম আৰু ওডিচি নৃত্যও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত প্রণয় বার্মাই কয়, যে বুদ্ধপূর্ণিমা পালনৰ জৰিয়তে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া সম্পর্ক, আধ্যাত্মিক ঐতিহ্য ...