July 5, 2026 8:16 PM

views 1

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত ব্ৰীকছ ৰাষ্ট্ৰৰ মাদকদ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত সোমবাৰ আৰু মঙলবাৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদকদ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদকদ্রব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্রকাশ কৰিব। এই আলোচনাত মাদকদ্রব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ বৃদ্ধি আৰু প...